Sale!

যাত্ৰা (Jatra)

475.00 425.00

Description

ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰী শীর্ষ বিষয়া দিলীপ বৰাই ছাত্ৰ অৱস্থাৰে পৰা সাহিত্য সংস্কৃতিৰ পথাৰখনত বিচৰণ কৰি আহিছে। ৰাজনীতি, সমাজনীতি আৰু অৰ্থনীতিৰো ছাত্ৰজনে বিশ্বৰ লগতে স্বাধীনতাৰ পাছৰে পৰা দেশ তথা ৰাজ্যখনত ঘটি থকা ঘটনাবোৰ বিশেষভাৱে পৰ্যবেক্ষণ কৰি তেওঁৰ সৃষ্টিশীল কৰ্মৰাজিৰ মাজেৰে সেইবোৰ পঢ়ুৱৈসমাজৰ মাজলৈ উলিয়াই দিয়াৰ চেষ্টা কৰি আহিছে। তেওঁৰ প্ৰথম উপন্যাস ‘কলিজাৰ আই’ আৰু প্রথম গল্প সংকলন ‘জয়মতীৰ এদিন আৰু অন্যান্য’ৰ পৰা অষ্টম উপন্যাস ‘যাত্রা’ তথা পঞ্চম গল্প সংকলন ‘শ্বিলঙৰে মনালিচা লৈকে তেওঁৰ সেই প্রচেষ্টা অব্যাহত আছে। এই গ্ৰন্থখনিয়েও পাঠকৰ মাজত সমাদৰ লাভ কৰিব বুলি আমি আশাবাদী।

লেখক – দিলীপ বৰা

 

 

Reviews

There are no reviews yet.

Be the first to review “যাত্ৰা (Jatra)”

Your email address will not be published. Required fields are marked *