Sale!

BORO-KACHARI SAMU ITIHAS (বড়ো-কছাৰীৰ চমু ইতিহাস)

160.00 144.00

অসমৰ ভৈয়ামৰ বৃহৎ জনজাতিসমূহৰ ভিতৰত বড়ো-কছাৰীসকল অন্যতম।তেওঁলোক ভৈয়ামবাসী।তেওঁলোকৰ অতীত ইতিহাস ধূসৰতাৰে ‌‍আবৰা। এণ্ডেল চাহাবে কছাৰীসকলক অসমৰ ‘আদি ভূমিপুত্ৰ’ বুলি কৈছে যদিও বড়ো-কছাৰীসকলৰ নিজা প্ৰবাদ অনুসৰি তেওঁলোক তিব্বত-চীনৰ পৰাহে ভাৰতবৰ্ষলৈ আহিছিল।বড়োসকলৰ অসমলৈ প্ৰব্ৰজন, বড়ো-কছাৰী জনগোষ্ঠীৰ গঠন প্ৰক্ৰিয়া, বড়ো জনগোষ্ঠীবাদী চেতনাৰ উদ্ভৱ আৰু বিকাশ, ৰাজনৈতিক আশা-আকাংক্ষা, বড়ো-অবড়োৰ সংঘাত আদিৰে ঘটনাবহুল বড়ো ইতিহাসৰ চমু আভাস ‘বড়ো-কছাৰীৰ চমু ইতিহাস’ গ্ৰন্থখনৰ জৰিয়তে দিবলৈ চেষ্টা কৰা হৈছে।

Additional information

Weight .300 kg
Dimensions 21 × 13 × 2 cm

Reviews

There are no reviews yet.

Be the first to review “BORO-KACHARI SAMU ITIHAS (বড়ো-কছাৰীৰ চমু ইতিহাস)”

Your email address will not be published. Required fields are marked *