Sale!

ENGINEERING COLLEGE (ইঞ্জিনিয়াৰিং কলেজ)

75.00 68.00

এক নিম্ম মধ্যবিত্ত পৰিয়ালৰ অনুপম নামৰ মেধাৱী ছাত্ৰজনে নিজৰ আৰু মাক-দেউতাকৰ বহু আশা বুকুত বান্ধি লৈ তিনিশ পয়সত্তৰ কিলোমিটাৰ দূৰৰ ইঞ্জিনিয়াৰিং কলেজলৈ পঢ়িবলৈ গ’ল।মনত এক দুৰু দুৰু ভাব। কেওফালে যেন এক শূণ্যতা। পাছে চাৰিটা বছৰৰ পাছত সি যেতিয়া শিক্ষা সমাপ্ত কৰি আৰু বিচিত্ৰ লোক, সহপাঠী, শিক্ষকসকলৰ সান্নিধ্যত অমূল্য অভিজ্ঞতা সঞ্চয় কৰি সেইখন কলেজৰ পৰা ওলাই গ’ল, তেতিয়া দেখোন তাৰ মনোজগতত আপোনেই আপোন|কলেজখনে তাক ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু ডিগ্ৰীটো দিলেই, লগতে সি লাভ কৰিলে ৰাজীৱ, অক্ষয়, স্বাতী আদিৰ ৰুপত এনে কেইজনমান অকৃত্ৰিম ভ্ৰাতৃ-বন্ধু বান্ধৱী, যাক লৈ সি এক সুখী জীৱনৰ সপোন দেখিব পাৰে।

Additional information

Weight .300 kg
Dimensions 21 × 13 × 1 cm

Reviews

There are no reviews yet.

Be the first to review “ENGINEERING COLLEGE (ইঞ্জিনিয়াৰিং কলেজ)”

Your email address will not be published. Required fields are marked *