Sale!

VALMIKI RAMAYANA: MAT-DWIMAT ARU BISLESHAN (বাল্মিকীৰ ৰামায়ন: মত দ্বিমত আৰু বিশ্লেষন)

500.00 450.00

ড০ মালিনী এগৰাকী অৱসৰপ্ৰাপ্ত বৈজ্ঞানিক। কিন্তু অন্যতম এটি আগ্ৰহ হ’ল মহাকাব্য অধ্যয়ন। আদি কবি বাল্মীকিৰ ৰামায়ন, আৰু ব্যাসদেৱৰ মহাভাৰত অতি নিষ্ঠাৰে অধ্যয়ন কৰা লেখিকা গৰাকীয়ে মহাকাব্য দুখনৰ কেইবাটাও নাৰী চৰিত্ৰ ৰ ওপৰত অধ্যয়ন কৰি পাঠক সমাজৰ দ্বাৰা প্ৰশংসিত হৈছে।নাৰী চৰিত্ৰ ৰ ওপৰত সৃষ্টি কৰা উপন্যাস কেইখন হ’ল “যাজ্ঞসেনী. বিদেহ নন্দিনী, ঋষি ৰাজ কন্যা, মন্দোদৰী ইত্যাদি।

বাল্মিকীৰ ৰামায়ন: মত দ্বিমত আৰু বিশ্লেষন এখন গৱেষনা-মূলক গ্ৰন্থ। বাল্মিকীৰ ৰামায়নৰ বিভিন্ন দিশ অধ্যয়ন কৰি এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে।

Additional information

Weight 500 kg
Dimensions 21 × 14 × 2 cm

Reviews

There are no reviews yet.

Be the first to review “VALMIKI RAMAYANA: MAT-DWIMAT ARU BISLESHAN (বাল্মিকীৰ ৰামায়ন: মত দ্বিমত আৰু বিশ্লেষন)”

Your email address will not be published. Required fields are marked *