Additional information
Weight | .300 kg |
---|---|
Dimensions | 21 × 13 × 2 cm |
₹160.00 ₹144.00
অসমৰ ভৈয়ামৰ বৃহৎ জনজাতিসমূহৰ ভিতৰত বড়ো-কছাৰীসকল অন্যতম।তেওঁলোক ভৈয়ামবাসী।তেওঁলোকৰ অতীত ইতিহাস ধূসৰতাৰে আবৰা। এণ্ডেল চাহাবে কছাৰীসকলক অসমৰ ‘আদি ভূমিপুত্ৰ’ বুলি কৈছে যদিও বড়ো-কছাৰীসকলৰ নিজা প্ৰবাদ অনুসৰি তেওঁলোক তিব্বত-চীনৰ পৰাহে ভাৰতবৰ্ষলৈ আহিছিল।বড়োসকলৰ অসমলৈ প্ৰব্ৰজন, বড়ো-কছাৰী জনগোষ্ঠীৰ গঠন প্ৰক্ৰিয়া, বড়ো জনগোষ্ঠীবাদী চেতনাৰ উদ্ভৱ আৰু বিকাশ, ৰাজনৈতিক আশা-আকাংক্ষা, বড়ো-অবড়োৰ সংঘাত আদিৰে ঘটনাবহুল বড়ো ইতিহাসৰ চমু আভাস ‘বড়ো-কছাৰীৰ চমু ইতিহাস’ গ্ৰন্থখনৰ জৰিয়তে দিবলৈ চেষ্টা কৰা হৈছে।
Reviews
There are no reviews yet.