Sale!

গোৱালপৰীয়া লোক পৰিৱেশ্য কলা (Goalpariya Loka Paribeshya Kala)

250.00 225.00

লোক পৰিৱেশ্য কলা হ’ল লোক জীৱনৰ আধাৰ । মাটিৰ গোন্ধ থকা এই কলাই দৰ্শায় লোকজীৱন, তাৰ সুখ দুখ। এই কলাত প্ৰাণ পাই উঠে কোনো এক স্থানৰ, কোনো এক জাতিৰ আবেগ অনুভূতিৰ আৰু কৃষ্টি সংস্কৃতিৰ বোৱতী ধাৰা। ‘গোৱালপৰীয়া লোক পৰিৱেশ্য কলা ‘ পুথিখনিত এই বিষয়ৰ যথাযোগ্য আলোচনা তথা সমল আগবঢ়োৱা হৈছে। পুথিখনিয়ে গৱেষক ছাত্ৰ ছাত্ৰী তথা অনুসন্ধিৎসু পাঠকৰ জ্ঞানক্ষুধা নিবাৰণ কৰিব বুলি আমি আশাবাদী।

Folk art is the basis of folk life. This earthy art shows folk life, its happiness and sorrow. This simple form of art represents  life in one place, the passion of one tribe or cast and the flowing stream of their culture, that has found its flow through ages. The book Goalpariya Loka Paribeshya Kala’ offers proper discussion and content on the subject. We are hopeful that the book will quench the appetite for knowledge of the researchers,  students and curious readers.

Description

Reviews

There are no reviews yet.

Be the first to review “গোৱালপৰীয়া লোক পৰিৱেশ্য কলা (Goalpariya Loka Paribeshya Kala)”

Your email address will not be published. Required fields are marked *