Description
ভিন্নস্বাদৰ এখনি গল্প সংকলন ‘ শ্ৰেষ্ঠ ওড়িয়া গল্প সংকলন ‘ । পুথিখনিত সন্নিবিষ্ট প্রতিটি গল্পই ওড়িয়া গল্প সাহিত্যৰ একো একোটা উজ্জ্বল নিদৰ্শন। বিভিন্ন পটভূমিত ৰচিত গল্প কেইটিয়ে অসমীয়া পাঠকৰো মন জয় কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। পুথিখনিয়ে পাঠকক ওড়িয়া গল্পজগতৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে অসমীয়া অনুবাদ সাহিত্যৰো সোৱাদ দিব পাৰিব বুলি আমি আশাবাদী।
A collection of stories of different tastes can be found in ‘Srestha Odiya Galpa Sankalan’. Every story contained in the book is a brilliant example of stories in Odia literature. We firmly believe that some of the stories written in different backgrounds can win the hearts of Assamese readers as well. We are hopeful that the book will introduce the reader to the stories in Odia literary world as well as taste of translation sect of Assamese literature.
Reviews
There are no reviews yet.