Sale!

ৰাজহাঁহৰ গান (Rajhahor Gaan)

190.00 170.00

Description

“…উত্তৰ “ৰামধেনু” যুগৰ গল্প সাহিত্যৰ লেখত ল’বলগীয়া ঘটনাটো হৈছে দেৱব্ৰত দাসৰ আত্মপ্রকাশ ….

এজন সমাজ মনস্ক লেখকে কেৱল লিখাৰ স্বাৰ্থত ‘কাহিনী’ লিখি যাব নোৱাৰে, তাত তেওঁৰ বিবেকে, তেওঁৰ জীৱন দর্শনে বাৰে বাৰে বাধা দিয়ে। এইটো কাৰণতে তেওঁৰ গল্পসমূহত লেখক সত্বা এটা বিৰাজ কৰে সর্বত্র। কেৱল শৈলীগত চিন্তা চর্চাকে গল্প লিখা হ’লে দেবব্রত দাসে প্ৰতিটো গল্পত লেখক সত্তাৰ প্রকাশ এনেকৈ একে দৰে নঘটালেহেঁতেন আৰু আজিৰ অসমীয়া গল্প জগতৰ অন্যতম শ্রেষ্ঠ গল্পকাৰ ৰূপে চিহ্নিত হ’ব নোৱাৰিলেহেঁতেন।”

লেখক – দেৱব্ৰত দাস