Sale!

ADHUNIK ASAMIYA NATYA CHINTAN (আধুনিক অসমীয়া নাট্য়-চিন্তন)

130.00 115.00

‘আধুনিক অসমীয়া নাট্য়-চিন্তন’ পুথিখনত নাট্য় সম্পৰ্কীয় বাৰটা প্ৰৱন্ধ সন্নিৱিষ্ট কৰিছে| ইয়াৰে দহটাত দহখন নাটকৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰা হৈছে আন দুটি প্ৰৱন্ধত অসমীয়া সাহিত্য়ত নাট্য় সমালোচনাৰ ধাৰা আৰু আধুনিক অসমীয়া নাটকে অংকীয়া, বাংলাৰ উপৰি অন্য়ান্য় প্ৰাশ্চ্য় আৰু পাশ্চাত্য়  নাট্য়ৰীতিৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হৈছে সেই বিষয়ে তথ্য় সমৃদ্ধভাৱে আলোকপাত কৰিছে।

Additional information

Weight .200 kg
Dimensions 21 × 14 × 1 cm

Reviews

There are no reviews yet.

Be the first to review “ADHUNIK ASAMIYA NATYA CHINTAN (আধুনিক অসমীয়া নাট্য়-চিন্তন)”

Your email address will not be published. Required fields are marked *