Sale!

AMINA (আমিনা)

300.00 270.00

“আমিনা” নাৰীৰ জীৱনৰ আধাৰত ৰচিত এখন উপন্যাস। উপন্যাস খনৰ প্ৰতিতো পাততে পঢ়িবলৈ পোৱা যায় নাৰীৰ জীৱনৰ ওপৰত পুৰুষৰ নানাধৰণৰ অত্যাচাৰ , অবিচাৰ, অনাচাৰৰ কাহিনী। কিন্তু উপন্যাসৰ মূল চৰিত্ৰ আমিনাই সেই প্ৰতিটো বাধাকে সাহসেৰে

প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে যাৰ ফলত এগৰাকী সাধাৰণ নাৰীয়েও নিজৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

Additional information

Weight 300 kg
Dimensions 21 × 14 × 2 cm

Reviews

There are no reviews yet.

Be the first to review “AMINA (আমিনা)”

Your email address will not be published. Required fields are marked *