Additional information
| Weight | .200 kg |
|---|---|
| Dimensions | 21 × 14 × 1 cm |

₹60.00
অলফা সমস্যাটোৰ ওপৰত লিখা এখন সৰু উপন্যাস। শংকৰলাল ন-পাম গাৱৰ বাসিন্দা।মাৰোৱাৰী সম্প্ৰদায়ৰ হ’লেও হাড়ে হিমজুৱে অসমীয়া শংকৰলালৰ ঘৰত অসমীয়াৰ বাহিৰে বেলেগ ভাষা নচলে। সেই শংকৰলালক কোনোবাই এদিন নিশা হত্যা কৰিছিল।এই হত্যাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা উপন্যাসখনত সমসাময়িক বিভিন্ন কাহিনী বিভিন্ন দৃষ্টি কোণৰ পৰা দাঙি ধৰা হৈছে।
Reviews
There are no reviews yet.