Sale!

AYURVEDAR DRISHTIRE SHAKAR BYABAHAR(আয়ুৰ্বেদৰ দৃষ্টিৰে শাকৰ ব্যৱহাৰ)

150.00 135.00

“আয়ুৰ্বেদৰ দৃষ্টিৰে শাকৰ ব্যৱহাৰ” নামৰ এই কিতাপখনৰ যোগেদি আমাৰ দৈনন্দিন ব্যৱহাৰ কৰা শাক কেনেকৈ ৰোগ নিৰ্মূলত নাইবা ৰোগ হোৱাত বাধা দিয়াত সহায় কৰে তাক সহজে বুজি পোৱাকে, বিশেষকৈ গৃহিণীসকলৰ সহায় হোৱাকৈ ডা: শৰ্মাই লিখি উলিয়াইছে-যাৰ দ্বাৰা চিকিৎসকৰ সহায় নোহোৱাকৈও খাদ্যভাসৰ দ্বাৰাই যাতে ৰোগক বাধা দি ৰাখিব পাৰে তাৰ এটা সম্যক জ্ঞান কিতাপখনৰ পৰা পোৱা যায়।

লেখক: ডা: গণেশ চন্দ্ৰ দেৱ শৰ্মা

Additional information

Weight .300 kg
Dimensions 21 × 13 × 1.5 cm