Sale!

BIDEH NANDINI (বিদেহ নন্দিনী)

170.00 150.00

ৰামায়ণৰ আবেদন বিশ্বজনীন। ধৰ্ম আৰু সমাজৰ সীমা অতিক্ৰম কৰি ৰামায়নৰ জয়যাত্ৰা অব্যাহত আছে। তাৰ বাবে দেশে দেশে ৰামায়ন চৰ্চা অব্যাহত আছে।জনক দুহিতা এক শোকগাথাৰ প্ৰতীক।জীৱন পৰিক্ৰমাত এটাৰ পিছত আন এটা ঘটনা-সৰ্বশেষত ৰামৰ দ্বাৰা মিছা অপযশত বিবৰ্জিত সীতাৰ জীৱন ক ড০ মালিনীয়ে নিজৰ দৃষ্টিৰে নতুনকৈ চাইছে।উপন্যাস খনৰ কাহিনীভাগ , মহাকাব্যিক চৰিত্ৰ সীতাৰ আলমত লিখা।

Additional information

Weight .300 kg
Dimensions 21 × 14 × 1 cm

Reviews

There are no reviews yet.

Be the first to review “BIDEH NANDINI (বিদেহ নন্দিনী)”

Your email address will not be published. Required fields are marked *