Additional information
| Weight | .200 kg |
|---|---|
| Dimensions | 21 × 14 × 1 cm |
₹100.00 ₹90.00
“চিনাকি বিজ্ঞানৰ অচিনাকি প্ৰজ্ঞা” সত্তৰ ঊৰ্ধ্বৰ লেখক বিমান শৰ্মাৰ তৃতীয়খন গ্ৰন্থ। দৈনন্দিন জীৱনত আমি নজনাকৈ প্ৰয়োগ হৈ থকা বৈজ্ঞানিক প্ৰযুক্তিগত বহু কথাৰ আঁৰৰ বিজ্ঞানৰ বিষয়ে সহজ সৰল ব্য়াখ্য়াৰে যুগুত কৰা নিবন্ধ তথা অনুবাদ সনিৱিষ্ট কৰা হৈছে গ্ৰন্থখনত।
Reviews
There are no reviews yet.