কবিতা, ধৰ্ম আৰু সংস্কৃতি: ভাৰতীয় প্ৰেক্ষাপটত শঙ্কৰদেৱ – এই গ্ৰন্থখন অধ্যাপক অমৰেশ দত্তৰ মূল ইংৰাজী গ্ৰন্থ Poetry, Religion and Culture: The Indian Perspective and Sankaradeva ৰ পৰা ডঃ পোনা মহন্তই অসমীয়ালৈ অনুবাদ কৰিছে। গ্ৰন্থখন বহু দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিশিষ্ট সমালোচক ডঃ পোনা মহন্তই অনুভৱ কৰিছে যি কাৰণত তেখেতে অসমীয়া পাঠকলৈ এই অনুবাদ গ্ৰন্থখন আগবঢ়াই দিছে। শঙ্কৰদেৱে অধ্যয়নৰ এটি গুৰুত্বপূৰ্ণ দিশৰ উন্মোচক হিচাপে এই গ্ৰন্থখন সদায় চিহ্নিত হৈ ৰব।
Be the first to review “KABITA, DHARMA ARU SANSKRITI: BHARATIYA PEKHYAPATAT SANKARDEVA(কবিতা, ধৰ্ম আৰু সংস্কৃতি: ভাৰতীয় প্ৰেক্ষাপটত শঙ্কৰদেৱ)” Cancel reply
Reviews
There are no reviews yet.