Additional information
| Weight | 300 kg |
|---|---|
| Dimensions | 21 × 14 × 2 cm |
₹300.00 ₹270.00
ঐয়া মোৰ ডিব্ৰু-ছৈখোৱা-বিশ্ব পৰ্যটনৰ অন্য়তম ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্য়ানৰ বুকুত অহৰহ জাগ্ৰত হৈ থকা অৰণ্য় আৰু মানুহৰ সংঘাত আৰু সেই সংঘাতৰ মাজতো সহঅৱস্থানৰ কৰুণ, বাস্তৱভিত্তিক কাহিনীৰ ভিত্তিত সেউজীয়া পৃথিৱীৰ জয়গান। ষাঠি দশকৰ পৰা প্ৰায় পাঁচোটে দশকলৈ, এই ৰাষ্ট্ৰীয় উদ্য়ান তথা অনাদৃত, অৱহেলিত এটি জনগোষ্ঠীৰ নিখুট ছবি।
Reviews
There are no reviews yet.