Additional information
Weight | 500 kg |
---|---|
Dimensions | 21 × 14 × 2 cm |
₹500.00 ₹450.00
ড০ মালিনী এগৰাকী অৱসৰপ্ৰাপ্ত বৈজ্ঞানিক। কিন্তু অন্যতম এটি আগ্ৰহ হ’ল মহাকাব্য অধ্যয়ন। আদি কবি বাল্মীকিৰ ৰামায়ন, আৰু ব্যাসদেৱৰ মহাভাৰত অতি নিষ্ঠাৰে অধ্যয়ন কৰা লেখিকা গৰাকীয়ে মহাকাব্য দুখনৰ কেইবাটাও নাৰী চৰিত্ৰ ৰ ওপৰত অধ্যয়ন কৰি পাঠক সমাজৰ দ্বাৰা প্ৰশংসিত হৈছে।নাৰী চৰিত্ৰ ৰ ওপৰত সৃষ্টি কৰা উপন্যাস কেইখন হ’ল “যাজ্ঞসেনী. বিদেহ নন্দিনী, ঋষি ৰাজ কন্যা, মন্দোদৰী ইত্যাদি।
বাল্মিকীৰ ৰামায়ন: মত দ্বিমত আৰু বিশ্লেষন এখন গৱেষনা-মূলক গ্ৰন্থ। বাল্মিকীৰ ৰামায়নৰ বিভিন্ন দিশ অধ্যয়ন কৰি এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে।
Reviews
There are no reviews yet.