Sale!

VALMIKI RAMAYANA: MAT-DWIMAT ARU BISLESHAN (বাল্মিকীৰ ৰামায়ন: মত দ্বিমত আৰু বিশ্লেষন)

₹500.00 ₹450.00

ড০ মালিনী এগৰাকী অৱসৰপ্ৰাপ্ত বৈজ্ঞানিক। কিন্তু অন্যতম এটি আগ্ৰহ হ’ল মহাকাব্য অধ্যয়ন। আদি কবি বাল্মীকিৰ ৰামায়ন, আৰু ব্যাসদেৱৰ মহাভাৰত অতি নিষ্ঠাৰে অধ্যয়ন কৰা লেখিকা গৰাকীয়ে মহাকাব্য দুখনৰ কেইবাটাও নাৰী চৰিত্ৰ ৰ ওপৰত অধ্যয়ন কৰি পাঠক সমাজৰ দ্বাৰা প্ৰশংসিত হৈছে।নাৰী চৰিত্ৰ ৰ ওপৰত সৃষ্টি কৰা উপন্যাস কেইখন হ’ল “যাজ্ঞসেনী. বিদেহ নন্দিনী, ঋষি ৰাজ কন্যা, মন্দোদৰী ইত্যাদি।

বাল্মিকীৰ ৰামায়ন: মত দ্বিমত আৰু বিশ্লেষন এখন গৱেষনা-মূলক গ্ৰন্থ। বাল্মিকীৰ ৰামায়নৰ বিভিন্ন দিশ অধ্যয়ন কৰি এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে।

Additional information

Weight 500 kg
Dimensions 21 × 14 × 2 cm

Reviews

There are no reviews yet.

Be the first to review “VALMIKI RAMAYANA: MAT-DWIMAT ARU BISLESHAN (বাল্মিকীৰ ৰামায়ন: মত দ্বিমত আৰু বিশ্লেষন)”

Your email address will not be published. Required fields are marked *