Additional information
| Weight | .200 kg |
|---|---|
| Dimensions | 21 × 14 × 1 cm |
₹90.00 ₹80.00
মহাভাৰতৰ মুখ্য নাৰী চৰিত্ৰটোক বিষয়বস্তূ হিচাপে লৈ ৰচনা কৰা যাজ্ঞসেনীয়ে নাৰী অন্তৰৰ সূক্ষ্ম বিশ্লেষণেৰে সম্ভেদ দিছে বহুতো ন ন কথাৰ,অৱতাৰনা কৰিছে এগৰাকী নাৰীৰ হিদয়ত এগৰাকী মাতৃ, পত্নী, ৰাজনন্দিনীৰ মনত গুজৰি গুমৰি থকা বহুতো প্ৰশ্নৰ। যুগ সলনি হ’ব পাৰে, কিন্তু সেই প্ৰশ্নবোৰৰ প্ৰাসংগিকতা আজিৰ সমাজখনতো পদে পদে আছে। সেয়েহে যাজ্ঞসেনী এখন পৌৰাণিক উপন্য়াস হৈও বৰ্তমান যুগৰো এক জীৱন্ত দলিল স্বৰূপ।
Reviews
There are no reviews yet.