Sale!

অসমীয়া উপন্যাস : উন্মেষ আৰু বিকাশ (Ashamiya Upanyash: Unmesh Aru Vikash)

599.00 540.00

‘অসমীয়া উপন্যাস : উন্মেষ আৰু বিকাশ’ শীৰ্ষক নিবন্ধ সংকলনখনত অসমীয়া উপন্যাসৰ উন্মেষ পৰ্বৰ লগতে  ইয়াত যিবোৰ উপন্যাস সন্নিবিষ্ট কৰা হৈছে, তাৰ বিস্তৃত আলোচনাও আগবঢ়োৱা হৈছে। ইয়াত ডঃ গিতাশ্ৰী তামূলীকে আদি কৰি মুঠ সাতচল্লিশ গৰাকী প্ৰবন্ধকাৰে  অসমীয়া কালজয়ী উপন্যাস সমূহৰ বিষয়ে আগবঢ়োৱা মূল্যবান সাতচল্লিশটি প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছে। এই গ্ৰন্থখনে মহাবিদ্যালয়ৰ গৱেষক ছাত্ৰছাত্ৰী সকলক তথা অসমীয়া উপন্যাস সম্পৰ্কে অনুসন্ধিৎসু পাঠকক বিশেষভাবে উপকাৰ কৰিব পাৰিব বুলি আমি আশাবাদী। তদুপৰি তথ্যসমৃদ্ধ এই গ্ৰন্থখনে অসমীয়া উপন্যাসৰ ইতিহাসৰ আলোচনাত নিশ্চয় কিছু নতুন দিশ মুকলি কৰিব।

The collection of articles titled ‘Ashamiya Upanyash: Unmesh aru Vikash’ offers a detailed discussion of the unfolding period of Assamese novels as well as a detailed discussion of the novels that are included here. It contains a total of 47 articles by 47 essayists, about Assamese classic and modern novels. We are hopeful that this book will be able to benefit the college researchers, students as well as curious readers of  Assamese novels. Moreover, this informative book will surely open up some new aspects in the discussion of the history of Assamese novels.

Description

Reviews

There are no reviews yet.

Be the first to review “অসমীয়া উপন্যাস : উন্মেষ আৰু বিকাশ (Ashamiya Upanyash: Unmesh Aru Vikash)”

Your email address will not be published. Required fields are marked *