Sale!

জীৱন এষণা (Jeevan Eshana Sanniddhya Aru Subash)

220.00 195.00

Description

‘জীৱন এষণা’ প্রতিদিন কাকতত ঠাই পোৱা বহুজন পঠিত এটা কলমৰ নাম। এই কলমৰ মাজেৰে প্ৰকাশ পোৱা এলানি নিৱন্ধৰ যোগেদি লীনা শৰ্মা নিজৰ জীৱনৰ লগত  যুক্ত কৰি কিছুমান সমাজ বিষয়ক কথা সদৰি কৰিছে। ২০১৭ চনৰ মে মাহৰ পৰা আৰম্ভ কৰা এই লানি লিখনিৰ বয়সে এতিয়া চাৰি বছৰ অতিক্ৰম কৰি পঞ্চম বছৰত ভৰি থৈছেহি। ‘সান্নিধ্য আৰু সুবাস’ত জীৱন-এষণাৰ কেইটামান নির্বাচিত লেখা সন্নিবিষ্ট কৰা হৈছে। অধিক সংখ্যক লেখনি ২০২০ আৰু ২০২১ চনত প্ৰকাশিত ।

কিতাপপখন অসমৰ পঢ়ুৱৈ সমাজৰ আশীৰ্বাদ লাভ কৰিববুলি আশা কৰিব পাৰি।

Reviews

There are no reviews yet.

Be the first to review “জীৱন এষণা (Jeevan Eshana Sanniddhya Aru Subash)”

Your email address will not be published. Required fields are marked *