Sale!

সমাজ নায়ক শংকৰদেৱ – ঐতিহাসিক প্ৰেক্ষাপট (Samaj Nayak Shankardev – Oitihashik Prekhyapat)

300.00 270.00

আধুনিক অসমীয়া সমাজখনৰ প্ৰথমগৰাকী মহাপুৰুষ শ্ৰী শংকৰদেৱ, যাক অসমীয়া জাতি গঠনৰ খনিকৰ আখ্যা দিব পাৰি সেই মহাপুৰুষ গৰাকীকলৈ সমাজবিজ্ঞানী তথা বিশিষ্ট বুদ্ধিজীৱী ডঃ প্ৰফুল্ল মহন্তই যুগুতাই উলিয়াইছে ‘সমাজ নায়ক শংকৰদেৱ ঐতিহাসিক প্ৰেক্ষাপট’ । অসমীয়া সমাজখনক শৃংখলাবদ্ধ ৰূপ দিয়া যুগনায়কগৰাকী  হৈছে শংকৰদেৱ। গুৰুজনাৰ ভক্তি আন্দোলনৰ ভেটিতেই গঢ়ি উঠিছে উদাৰপন্থী অসমীয়া সমাজ। কিন্তু এই ভক্তি আন্দোলনৰ জৰিয়তে সমাজ নায়কত পৰিণত হৈছিল শংকৰদেৱ । বৃহৎ জাতি গঠন প্ৰক্ৰিয়াত শংকৰদেৱে সম্মুখীন হব লগা হৈছিল তীব্ৰ প্ৰত্যহ্বানৰ । সেই প্ৰত্যাহ্বান আৰু বিভিন্ন দিশৰ পৰা সংঘাতৰ উৎস তথা ঐতিহাসিক প্ৰেক্ষাপট  বিশ্লেষণৰ প্ৰয়াস কৰিছে ডঃ মহন্তই। অকল সেয়াই নহয়, শংকৰদেৱক আধাৰ হিচাপে লৈ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাই কেনেদৰে অসমৰ সামাজিক, সাংস্কৃতিক ভেটিটো বিকশিত কৰিছে তাৰ ওপৰতো আলোক পাত কৰিছে লেখক গৰাকীয়ে। ডঃ মহন্তৰ এই গ্ৰন্থখনে শংকৰদেৱৰ নতুন ৰূপ আৱিষ্কাৰ কৰিব বিচৰা গৱেষক তথা অনুসন্ধিৎসু পাঠকসকলক চিন্তাৰ সমল যোগাব বুলি আমি আশাবাদী।

Dr. Prafulla Mahanta, a sociologist and an eminent intellectual, has penned down the Samaj Nayak Shankardev – Oitihashik Prekhyapat’.  Mahapurush Shankardev, who can be called the miner of Assamese society by shaping and reforming it . The liberal Assamese community has been formed on the foundation of his bhakti movement. In this process, he had to face severe challenges. Dr Mahanta has attempted to analyze the source of these challenges and historical context of these conflicts. Not only that, but the author also highlights how Jyotiprasad, Vishnu Rabhaa have developed the social, cultural foundation of Assam by taking Shankardev as the basis. We are hopeful that this book by Dr. Mahanta will provide food for thought to researchers and curious readers who want to discover a new insight on Shankardev.

Description

Reviews

There are no reviews yet.

Be the first to review “সমাজ নায়ক শংকৰদেৱ – ঐতিহাসিক প্ৰেক্ষাপট (Samaj Nayak Shankardev – Oitihashik Prekhyapat)”

Your email address will not be published. Required fields are marked *