Description
অসমীয়া সাহিত্যৰ সমালোচনা ক্ষেত্ৰখনৰ এক পৰিচিত নাম হ’ল ভাস্কৰ ভট্ট। বিভিন্ন বিষয়ৰ বহুতো সমালোচনাত্মক প্ৰবন্ধ ৰচনা আৰু প্রকাশেৰে ভাস্কৰ শ্ৰীযুত ভট্টই এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। এই গ্ৰন্থখনত সন্নিবিষ্ট সোঁতৰটা প্রবন্ধৰ প্ৰায় আটাইকেইটাই গৱেষণাধৰ্মী প্রবন্ধ। তদুপৰি ইয়াৰ বিদ্যায়তনিক গুৰুত্বও বিশেষ মন কৰিবলগীয়া। নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত শ্ৰীযুত ভট্টৰ ‘সাহিত্যালোক’ গ্ৰন্থখনিয়ে ছাত্ৰ ছাত্ৰী, গৱেষক তথা জ্ঞান পিপাসু পাঠকৰ জ্ঞান তৃষ্ণা নিবাৰণ কৰাৰ লগতে অসমীয়া সমালোচনা সাহিত্যত এক বিশেষ স্থান দখল কৰিব বুলি বিনা দ্বিধাই কব পাৰি ।
Bhaskar Bhatta is a renowned name in the field of criticism in Assamese literature. He has penned and published many articles and over the course of time has built a unique identity as a literary critique for himself. The seventeen articles that are included in this book are all research articles. The academic value of these articles is also considerable. Mr. Bhatta is currently working as an Assistant Professor at the Department of Assamese, Nalbari College. We are hopeful that this book ‘Sahityalok’ authored by Mr. Bhatta will become an asset for students, researchers as well as literary enthusiasts.
Reviews
There are no reviews yet.