Sale!

ৰাগ অনুৰাগ (Raag Anuraag)

180.00 150.00

আমি বাৰু সঁচাকৈ নিলাম হৈ গৈছোঁ নেকি ? বিবেক , মন ,  মূল্যবোধ এই সকলোবোৰ বিশ্বায়নে নিলাম কৰি পেলাইছে নেকি ? এখন মফচলীয় সৰু চহৰত এমেছাৰ নাটকৰ গ্ৰুপ নতুন পদাতিকক কেন্দ্ৰ কৰি গঢ়ি উঠিছে কিছুমান নতুন প্ৰশ্ন। ধৰি ৰাখিব পাৰিমনে হেৰাই যাব খোজা আমাৰ ঐতিহ্য, আমাৰ জীৱনৰ মূল্যবোধ। আমি হৈ পৰিছোঁ মাথোঁ কিছুমান চৰিত্ৰ। এক নতুন আংগিকত লেখা অনুৰাধা শৰ্মা পূজাৰীৰ এখন বহুল সমদৃত উপন্যাস ৰাগ অনুৰাগ। উপন্যাস খনিৰ কাহিনীভাগে দীৰ্ঘ কালৰ বাবে অসমীয়া পাঠকৰ মন যোগাই যাব বুলি আমাৰ বিশ্বাস।

Have we really auctioned ourselves? Has globalization auctioned off our conscience, mind and values? Amateur  drama group in a mufassil, ‘Notun Padatik’ has raised some new questions. Will we be able to hold on to our heritage, the values of our lives or  have we become mere  characters of this globalized drama. Written in a new style, ‘Raag Anurag’ is a much-acclaimed novel by Anuradha Sharma Pujari . We firmly believe that the story line of novel will be adored by  Assamese readers for a very long time.

Description

Reviews

There are no reviews yet.

Be the first to review “ৰাগ অনুৰাগ (Raag Anuraag)”

Your email address will not be published. Required fields are marked *