Additional information
| Weight | .300 kg |
|---|---|
| Dimensions | 21 × 12 × 1 cm |
₹170.00 ₹150.00
কবিতা আবৃত্তি যে এটা পৰিশীলিত কলাকৰ্ম সেই কথাটো প্ৰতিপন্ন কৰিবৰ বাবে ইতিমধ্যেই বিভিন্ন পৰ্যায়ত চিন্তা-চৰ্চা চলিছে। এনে চিন্তা-চৰ্চাৰ বাবে ন-শিকাৰুসকলৰ লগতে পুৰণি আবৃত্তি চৰ্চাকাৰীসকলৰ বাবেও তাত্ত্বিক গ্ৰন্থ এখনৰ যি প্ৰয়োজনীয়তা অনুভৱ কৰা যায় সেই প্ৰয়োজনীয়তা “আবৃত্তিৰ ৰুপৰেখা” গ্ৰন্থখনিয়ে সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে।”আবৃত্তিৰ ৰুপৰেখা”ত কবিতাৰ তাত্ত্বিক প্ৰসংগসমূহ সামৰাৰ উপৰিও আবৃত্তিৰ তাত্ত্বিক প্ৰসংগসমূহকো সামগ্ৰিকভাৱে আলোচনা কৰি কবিতা আৰু আবৃত্তি দুয়োটা বিষয়কে সম্পূৰ্ণকৈ জানিবৰ বাবে ভালেকেইটা গুৰুত্বপূৰ্ণ অধ্যায়ৰ সংযোজন কৰা হৈছে।
Reviews
There are no reviews yet.