Sale!

ANUDHAVAN-OBODHARAN: ASOMIYA BHASA SAHITYA SANSKRITIR ALOCHANA PRASANGA (অনুধাৱন-অৱধাৰণ: অসমীয়া ভাষা সাহিত্য়-সংস্কৃতিৰ আলোচনা প্ৰসঙ্গ)

480.00 450.00

এটা জাতিক অনুধাৱন কৰিবলৈ হ’লে সেই জাতিৰ ভাষা-সাহিত্য় আৰু সংস্কৃতিৰ অধ্যয়ন অতীৱ প্ৰয়োজনীয়। একোটা জাতিৰ জাতীয় সত্ৱাৰ পৰিচয় প্ৰদান কৰে জাতিটোৰ ভাষা-সাহিত্য় আৰু সংস্কৃতিয়ে। বৃহৎ অসমীয়া জাতিসত্ৱাই সততে ঘাত-প্ৰতিঘাতৰ মুখামুখি হৈ  একবিংশ শতাব্দীৰ দ্বিতীয় দশক অতিক্ৰমন কৰিছে। এনে প্ৰেক্ষাপটত অসমীয়া জাতিৰ ভাষা সাহিত্য় আৰু সংস্কৃতি সৰ্ম্পকে অনুধাৱন-অৱধাৰণ কৰাৰ প্ৰাসঙ্গিকতা আহি পৰিছে। এই অনুধাৱন-অৱধাৰণৰ ফচল এই গ্ৰন্থ “অনুধাৱন-অৱধাৰণ: অসমীয়া ভাষা সাহিত্য়-সংস্কৃতিৰ আলোচনা প্ৰসঙ্গ।

Additional information

Weight .700 kg
Dimensions 21 × 14 × 2.5 cm

Reviews

There are no reviews yet.

Be the first to review “ANUDHAVAN-OBODHARAN: ASOMIYA BHASA SAHITYA SANSKRITIR ALOCHANA PRASANGA (অনুধাৱন-অৱধাৰণ: অসমীয়া ভাষা সাহিত্য়-সংস্কৃতিৰ আলোচনা প্ৰসঙ্গ)”

Your email address will not be published. Required fields are marked *