Sale!

BAKHARUA BHARALU (বাখৰুৱা ভৰলু)

225.00 199.00

গুৱাহাটী মহানগৰীৰ বুকুৰে জাবৰ-জোঁথৰৰ মেটমৰা ভাৰ লৈ বৈ থকা পুতিগন্ধময় ভৰলু এখন ৰাংঢালী নদী আছিল । যাৰ দুয়ো পাৰৰ আঘোণীয়া পথাৰত কৃষকে সোণগুটি চপাইছিল। ভৰলুপৰীয়া বিৱৰ্তনৰ এই ছবিখনেই– বাখৰুৱা ভৰলু, য’ত দুটা পুৰুষৰ প্ৰেম-ভালপোৱা, সংঘাট আৰু জীৱনবোধৰ দ্বন্দ প্ৰাঞ্জল ভাষা আৰু সাৱলীল বাকভঙ্গীৰে লেখকে প্ৰকাশ কৰিছে । উপন্যাসখনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল বৈচিত্ৰপূৰ্ণ চিত্ৰাঙ্কন । লেখকৰ কলমত কেতিয়াবা যদি ইতিহাসৰ পূৰ্ণ কথন কেতিয়াবা আকৌ ঘটিছে ইতিহাসৰ দলিলিকৰণ আৰু উপন্যাসখনলৈ সেই ঘটনাক্ৰমৰ অসামান্য ৰূপান্তৰ । বশিষ্ঠ মন্দিৰৰ পাদদেশৰ চাহ বাগিছা ৰ গাভৰু শিৱানী আৰু জাপৰিগোগৰ ডেকা আৰু আজিৰ বৰপথাৰৰ দুবৰি আৰু পলৰ অনবদ্য প্ৰেম কাহিনী প্ৰাণ পাই উঠিছে লেখকৰ নিপুণ,সজীৱ আৰু উমাল বৰ্ণনাৰ মাজেৰে–‘বাখৰুৱা ভৰলু’ত।

Additional information

Weight .300 kg
Dimensions 21 × 14 × 1 cm

Reviews

There are no reviews yet.

Be the first to review “BAKHARUA BHARALU (বাখৰুৱা ভৰলু)”

Your email address will not be published. Required fields are marked *