Sale!

JATIYATABAD ARU ASAMIYA BHASHA SAHITYA (জাতীয়তাবাদ আৰু অসমীয়া ভাষা সাহিত্য)

300.00 270.00

সাম্প্ৰতিক সময়ৰ বহুচৰ্চিত আৰু প্ৰাসংগিক বিষয় হ’ল জাতীয়তাবাদ। জাতীয়তাবাদ আৰু অসমীয়া ভাষা-সাহিত্য় শীৰ্ষক গ্ৰন্থখনত আনন্দৰাম ঢেকিয়াল ফুকন, লক্ষ্মীনাথ বেজবৰুৱা, জ্য়োতিপ্ৰসাদ আগৰৱালা, অম্বিকাগিৰী ৰায়চৌধুৰী, ভূপেন হাজৰিকা আদি ব্য়ক্তিৰ ৰচনাত জাতীয়তাবাদৰ প্ৰতিফলন সম্বন্ধীয় আলোচনাৰ উপৰিও সাম্প্ৰতিক অসমীয়া ভাষা-সাহিত্য়তো প্ৰতিফলিত হোয়া জাতীয়তাবাদৰ সম্বন্ধীয় লেখা সনিৱিষ্ট কৰা হৈছে।

Additional information

Weight .300 kg
Dimensions 21 × 14 × 2.5 cm

Reviews

There are no reviews yet.

Be the first to review “JATIYATABAD ARU ASAMIYA BHASHA SAHITYA (জাতীয়তাবাদ আৰু অসমীয়া ভাষা সাহিত্য)”

Your email address will not be published. Required fields are marked *