Additional information
| Weight | .500 kg |
|---|---|
| Dimensions | 24 × 12 × 2 cm |
₹395.00 ₹356.00
‘নৱপ্ৰজন্মৰ দৃষ্টিত শংকৰদেৱ’ গ্ৰন্থখনি হৈছে প্ৰবন্ধ সংকলন।এই প্ৰবন্ধ সমূহ চাৰিটা শিতানত ভাগ কৰা হৈছে-শংকৰদেৱৰ সাহিত্যিক অৱদান, শংকৰদেৱৰ নাট ভাওনা, শংকৰদেৱ আৰু ধৰ্ম আন্দোলন, শংকৰদেৱৰ বিষয়ৰ অন্যান্য ভিন্ন দিশ।এই গ্ৰন্থখনৰ যোগেদি আজিৰ নৱপ্ৰজন্মই শংকৰদেৱক কেনেদৰে মূল্যায়ন কৰে তাৰ এটা আভাস পোৱা গৈছে।
Reviews
There are no reviews yet.