Sale!

PRABANDHA LOKADHARA (প্ৰবন্ধ লোকধাৰা)

150.00 135.00

লোক সাহিত্যৰ জনপ্ৰি্য ধাৰণাসমূহে পুৰুষানুক্ৰমে আগবাঢ়ি গৈ আমাৰ আধুনিক সমাজখনকো আঁকোৱালি লৈছে।তাহানিখনৰ কথা-পৰম্পৰাক এৰাই চলিব নোৱাৰি। সমাজৰ একোজন গুণী-জ্ঞানী অনাখৰী চহা লোকে সমাজৰ অগ্ৰগতিৰ বাবে ৰজা বা শাসনকৰ্তাতকৈও বেছি অৱদান যোগাইছিল। গতিকে এইটো স্পষ্ট যে লোক সাহিত্য, লোক সংস্কৃতি নাইবা লোকভাষা–আদি সমূহ লোক বিষয়েই জাতি এটাক সম্পদশালী, জাকতজিলিকা আৰু সুস্হ-সবল কৰি গঢ়ি তুলিব পাৰি। এই কিতাপখনত অন্তৰ্ভুক্ত লোক-সাহিত্য় সংস্কৃতি বিষয়ক লেখাসমূহ অসমীয়া সমাজখনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা বিষয় বুলিব পাৰি।

Additional information

Weight .300 kg
Dimensions 21 × 14 × 1 cm

Reviews

There are no reviews yet.

Be the first to review “PRABANDHA LOKADHARA (প্ৰবন্ধ লোকধাৰা)”

Your email address will not be published. Required fields are marked *