Additional information
| Weight | .200 kg |
|---|---|
| Dimensions | 21 × 14 × 1 cm |
₹100.00
সুবাসিত সোঁৱৰণি নামৰ এই নাতিদীৰ্ঘ গ্ৰন্থখনি অৰুণা মুখাৰ্জীৰ মূল ইংৰাজী আৰু বাংলা ভাষাৰ সংমিশ্ৰণ ঘটা FragrantMemories নামৰ গ্ৰন্থখনিৰ অনুবাদ।ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বিতীয় কন্যা অৰুণা মুখাৰ্জীয়ে তেওঁলোকৰ পিতৃ বেজবৰুৱাদেৱৰ লগত ব্যক্তিগত সম্পৰ্ক সম্বন্ধে অতি সাৱলীল ভাষাত আকৰ্ষণীয় ভাৱে কিছু বৰ্ণনা আগবঢ়াইছে।
Reviews
There are no reviews yet.