Sale!

HRIDAY EKHON MAHAKABYA (হৃদয় এখন মহাকাব্য)

110.00 99.00

“হৃদয় এখন মহাকাব্য” কিশোৰ মনজিৎ বৰাৰ প্ৰথম উপন্যাস।ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ২০০৫-০৭ ৰ এইছোৱা সময়ৰ পটভূমিত ৰচিত “হৃদয় এখন মহাকাব্য” কিশোৰৰ প্ৰথম উপন্যাস তথা লেখক জীৱনৰো প্ৰথমখন মৌলিক গ্ৰন্থ।

লেখক:কিশোৰ মনজিৎ বৰা

Additional information

Weight .250 kg
Dimensions 21 × 13 × 1 cm